ক’ভিড সৃষ্ট পৰিৱেশে বন্ধ কৰিছে উপাৰ্জনৰ পথ। বিপদত ফুল ব্যৱসায়ীসকল।

Pratidin Time 7.4K Views
  • 60
  • 3
  • 0

Generating Download Links...

ক’ভিড সৃষ্ট পৰিৱেশে বন্ধ কৰিছে উপাৰ্জনৰ পথ। বিপদত ফুল ব্যৱসায়ীসকল। এফালে নাই উপাৰ্জন, আনফালে পৰিয়াল পোহপাল দিয়াৰ চিন্তা। সমস্যাৰ মাজত ফুল ব্যৱসায়ীসকল।

Posted 5 months ago in Social Issues